“জীৱনত সঁচাৰ যিমান প্ৰয়োজন আছে, মিছাৰো সিমানেই প্ৰয়োজন আছে বুলি ভাবোঁ, যদিহে সেই মিছা সত্য প্ৰতিষ্ঠাৰ স্বাৰ্থত হয়।”
~ হিমাংশু প্ৰসাদ দাস ~