“সুন্দৰৰ পূজাই হৈছে কৃষ্টি বা সংস্কৃতি। সংস্কৃতিৰ পূৰ্ণ বিকাশতেই মানুহৰ জীৱনৰ পৰম আনন্দ। মানুহে সংস্কৃতিৰে, সভ্যতাৰে সুন্দৰকেই মানুহৰ জীৱনলৈ নমাই আনিবলৈ বিয়াকুল। আন্ধাৰ অতিতত ‘পোহৰলৈ পোহৰলৈ’ বুলি যি ধ্বনি উঠিছিল-তাতেই ঘোষিত হৈছিল মানৱৰ সংস্কৃতিক অভিলাষ,পোহৰৰ পিয়াহ।”
|