“অসমীয়া-সংস্কৃতি এক সময়তে বা এটা যুগতে উদ্দি উঠা নাই, ই শতাব্দীৰ পাছত শতাব্দী ধৰি ক্ৰমবিকাশৰ পথত আগবাঢ়ি আহিছে। ইয়াৰ প্ৰৱহমান স্ৰোতে কালৰ গতিত নানান জাতি-উপজাতি আৰু বিচিত্ৰ-বিষয়-সংঘাটৰ মাজেদি নানা সম্পদ লাভ কৰি ইয়াক বিশাল আৰু সমৃদ্ধ কৰি তুলিছে।”
~ হৰিনাথ শৰ্মা দলৈ ~