সাঁচ:আজিৰ উদ্ধৃতি/নৱেম্বৰ-২০২৪/৬

“প্ৰগতিবাদীৰ বাবে বিজ্ঞানমনস্কতা অতীব প্ৰয়োজনীয়, কিন্তু ই অজলা বিজ্ঞানবাদ (Naive Scientism) হ’ব নালাগে। কিয়নো তেনে মনোবৃত্তিয়ে কলা-সাহিত্যৰ আনন্দ উপভোগ কৰাৰ পৰা আমাক বঞ্চিত কৰিব৷”
~ শিৱনাথ বৰ্মন ~