“জন্মতে সকলো নিৰ্ণয় হৈ গৈছে- কাৰ কি কাম, কাৰ জীৱন কেনে হ'ব। কাৰোবাৰ জন্ম হৈছে আনক শাসন কৰিবলৈ, কাৰোবাৰ জন্ম হৈছে আনৰ কাৰণে জীৱন দিবলৈ। ইয়াত আপোনাৰ মোৰ হাত নাই।”
~ তুলিকা শইকীয়া ~