“সকলো মানুহে নিজৰ ভিতৰত কঢ়িয়াই ফুৰে বাস্তৱৰ আঁৰৰ বাস্তৱ।যি বাস্তৱ কেতিয়াও কাকো দেখুওৱা নাযায়, কেতিয়াও কাকো কোৱা নাযায়।নিজৰ ভিতৰতে নিশ্চুপ হৈ থাকি মৃত্যুৰ এন্ধাৰত হেৰাই যোৱা কিছু অনুচ্চাৰিত সত্য।”
~ ৰীতা চৌধুৰী ~