সাঁচ:আজিৰ উদ্ধৃতি/ডিচেম্বৰ-২০২৪/৭

“তুমি যদি নিঃস্বাৰ্থভাৱে কিবা ভাল কাম কৰি আছা, মানুহে তেতিয়াও তোমাৰ কামত স্বাৰ্থৰ গোন্ধ পাব। তথাপিও ভাল কাম কৰিবলৈ নেৰিবা।’’- মাদাৰ টেৰেছা