সাঁচ:আজিৰ উদ্ধৃতি/ডিচেম্বৰ-২০২৪/১৯

“নিজক বুজাতকৈ কঠিন হয়তো একোৱেই নাই। উচ্চাত্মিকাবোধ আৰু নীচাত্মিকাবোধ দুয়োটাৰ পৰা সমদূৰত্বত থিয় হৈ নিজলৈ চোৱাটো সহজ কাম নহয়। নিজৰ ভিতৰৰ পৰা নিজক উলিয়াই আনি প্ৰখৰ দিবালোকত পৰীক্ষা কৰি নিজক অংকন কৰাটো হয়তো তাতোকৈও কঠিন। মই সেইখিনিহে ক'ব খুজিছোঁ যিখিনি মোৰ ভেটিটোত আছে বুলি মই সঠিককৈ জানো।”
~ ৰীতা চৌধুৰী ~