“আটাইতকৈ দৰকাৰী কথাটো হ'ল এই পৰিৱেশ শিক্ষাৰ ভেঁটি ঘৰৰ পৰা, পৰিয়ালৰ পৰাহে গঢ় লয়। গতিকে ঘৰখনৰ পৰাই পৰিৱেশৰ প্ৰতি সজাগ, সম্পদ সংৰক্ষণৰ প্ৰতি সচেতন কৰি তুলিব লাগিব।”
~ পূৰ্ণিমা দেৱী বৰ্মন ~