“ভাষাটো নাথাকিলে মানুহ নাথাকে৷ মানুহ নাথাকিলে মাটি নাথাকে৷ মাটি নাথাকিলে একোৱেই নাথাকে৷”
~ নীলমণি ফুকন ~