“লোকৰ কথা মন দি শুনিবা, ভাল কিতাপ মন দি পঢ়িবা আৰু তাৰ অসাৰুৱা ভাগ বাদ দি সাৰুৱা ভাগ জুকিয়াই মনত থ’বা।”
~ কামত কৃতিত্ব লভিবৰ সংকেত, (লক্ষ্মীনাথ বেজবৰুৱা) ~