সাঁচ:আজিৰ উদ্ধৃতি/জানুৱাৰী-২০২৪/১৮

“যন্ত্ৰণা যেতিয়া অনুভূত হ’ব আৰু মানুহে তাক উপলব্ধি কৰিব তেতিয়াইহে মানুহৰ পৰিত্ৰাণ হ’ব- কাৰণ যেতিয়া মানুহে যন্ত্ৰণা উপলব্ধি কৰিব তেতিয়াহে সোনকালে হওক পলমকৈ হওক যন্ত্ৰণাক নিৰ্মূল কৰিবলৈ মানুহ যত্নপৰ হ’ব৷”
~ লিঅ’ টলষ্টয় ~