সাঁচ:আজিৰ উদ্ধৃতি/ছেপ্টেম্বৰ-২০২৪/২৯

“বিভিন্নতা আমাৰ চৌদিশে তথাপি আমি বিভিন্নতাক ভয় কৰোঁ কেলেই? আমি ভয় কৰিব লাগে বিভেদকহে। যিয়ে বিভেদক জয় কৰে তাৰ বাবে বিভিন্নতা আশীৰ্বাদ, কিন্তু যিয়ে বিভিন্নতাক জয় কৰিবলৈ বিভেদ মাতে তাৰ বাবে বিভিন্নতা অভিশাপ।”
~ চন্দনা গোস্বামী ~