সাঁচ:আজিৰ উদ্ধৃতি/ছেপ্টেম্বৰ-২০২৪/২৭

“নিজৰ ভাষাটো বৰ্তাই ৰাখিবলৈ মানুহে আন্দোলন কৰে৷ মোৰ তেজত- মোৰ চকুপানীত- মোৰ সপোনত প্ৰতিটো লহমাত মাতৃভাষাটো আছে৷ মাতৃভাষা বাদ দিয়া মানে মই এক শিপাহীন গছ৷ শিপা নথকা গছ বাগৰি পৰিবলৈ কিমাননো পৰ!”
~ মইনা গোস্বামী ~