সাঁচ:আজিৰ উদ্ধৃতি/ছেপ্টেম্বৰ-২০২৪/২৩

“আন মানুহে কেনেকৈ জীৱন যাপন কৰিব লাগে সেই বিষয়ে সকলোৰে যেন এটা স্পষ্ট ধাৰণা আছে, কিন্তু নিজৰ জীৱনটোৰ বিষয়ে একোৱেই নাই।”
~ পাওলো কোৱেলহো ~