বেটুপাত
যিকোনো
প্ৰৱেশ
ছেটিং
দান কৰক
ৱিকিউদ্ধৃতিৰ বিষয়ে
দায়লুপ্তি
সন্ধান কৰক
সাঁচ
:
আজিৰ উদ্ধৃতি/ছেপ্টেম্বৰ-২০২৪/২০
ভাষা
চকু ৰাখক
সম্পাদনা
<
সাঁচ:আজিৰ উদ্ধৃতি
|
ছেপ্টেম্বৰ-২০২৪
“অহংকাৰ এটা স্বভাৱৰ ঘুণ। যাৰ স্বভাৱত এই ঘুণ জন্মিছে সি নিজৰ সামান্য গুণকো বৰ ডাঙৰ যেন দেখে, আৰু আনৰ ডাঙৰ গুণকো সামান্য যেন বোধ কৰে। এই নিমিত্তে অহংকাৰী মানুহে নিজে কাকো প্ৰশংসা নকৰে, আৰু আনে প্ৰশংসা কৰিলেও সহিব নোৱাৰে।”
~
সত্যনাথ বৰা
~