সাঁচ:আজিৰ উদ্ধৃতি/ছেপ্টেম্বৰ-২০২৪/১৭

“জীৱনৰ অৰ্থ হ’ল হাঁহি, হাঁহিখিনি বিলাই দিবা, যিমানেই পাৰা সিমানেই বিলাই দিবা৷ টকা যদি পোৱা বহুতো সেইটো বিলাই দিবা৷ যিমানেই বিলাই দিবা সিমানেই মহান হ’বা৷ হাঁহিখিনি আনক বিলাই দিবা আৰু কান্দোনখিনি লুকুৱাই ৰাখিবা৷”
~ ভূপেন হাজৰিকা ~