সাঁচ:আজিৰ উদ্ধৃতি/ছেপ্টেম্বৰ-২০২৪/১৪
“এজন মানুহে যদি কলৰ পানী বিচাৰে, এজন মানুহে টেক্স দি উঠি ’ৰাস্তাটো ভাল কৰি দিব লাগে, কিয় ভাল কৰি দিয়া নাই’ বুলি যদি প্ৰশ্ন কৰে, তেন্তে সেইটো ৰাজনীতি কৰা নহয়৷ সেইটো সমাজ সচেতনতা৷ সেই সমাজ সচেতনতা লৈয়েই মই সৃষ্টি কৰি যাম আৰু সমাজ সচেতনতা লৈয়েই মই চকু মুদিম৷” |
~ ভূপেন হাজৰিকা ~ |