“চিত্ৰকৰৰ আত্মা হ’ব লাগিব এখন আইনাৰ দৰে৷ তাৰ ওপৰত যি বস্তুৰেই প্ৰতিবিম্ব পৰিব, সি তাৰেই ৰং গ্ৰহণ কৰিব৷ দাপোণৰ সম্মুখলৈ যি বস্তুৱেই আহে, সিয়েই প্ৰতিবিম্বিত হৈ দাপোণৰ ভিতৰলৈ যায়৷ হে চিত্ৰকৰ, তুমি যদি প্ৰকৃতিৰ যিকোনো সৃষ্টিকে পুনৰ সৃজনৰ ক্ষমতা আৰু সাৰ্বজনীনতা আয়ত্ত কৰিব নোৱাৰা, তেন্তে জানিবা তুমি কোনোদিনেই সফল নোহোৱা৷ যদি প্ৰতিটো বস্তুকেই ভালকৈ চাই নোলোৱা বা তাৰ চিত্ৰ হৃদয়ত ধাৰণ নকৰা, তেন্তে এনে সৃষ্টিৰ কাম অসম্ভৱ৷”
|