সাঁচ:আজিৰ উদ্ধৃতি/এপ্ৰিল-২০২৩/১৬
“বিহু অসমীয়াৰ প্ৰাণৰ ভিতৰেদি বৈ যোৱা ফল্গু নদী৷ অসমীয়াই যুগ-যুগান্তৰেও যেন এই বিহুৰ উৎসৱ আৰু বিহুৰ মাধুৰী নাপাহৰে৷ এই বিহুৰ দিনাখনেই প্ৰেমৰ মাজেদিয়েই আধ্যাত্মিকতাই অসমীয়া মানুহৰ অন্তৰ অভিভূত কৰে৷” |
~ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ~ |