সাঁচ:আজিৰ উদ্ধৃতি/অক্টোবৰ-২০২৪/৪

“মানুহৰ জীৱনটো এটা আৱেষ্টনীৰ মাজত ৰখা সুষমা ভৰা পদাৰ্থ নহয়। ই অনিৰ্দিষ্ট জীৱন্ত ব্যাপক জ্বলন্ত শিখা।”
~ বিষ্ণু প্ৰসাদ ৰাভা ~