সাঁচ:আজিৰ উদ্ধৃতি/অক্টোবৰ-২০২৪/৩১
“বিহু কাব্যৰ প্ৰেম অবাধ; কিন্তু ই দেহবাদী নহয়। আদিত যৌথ কৃষি আৰু চিকাৰী জীৱনৰ প্ৰাকৃতিক পৰিৱেশক বশ কৰাৰ ঐন্দ্ৰজালিক কল্পনাৰ ঐতিহ্যৰে ই মধুৰ। বিহুৰ আদিৰস কৰ্ম জীৱনৰ পৰা বিচ্ছিন্ন ব্যক্তিকেন্দ্ৰিক নাগৰিক প্ৰেম নহয়; সমষ্টি চেতনাৰ ছন্দেৰে ই সুস্থ আৰু সজীৱ।” |
~ হেমাঙ্গ বিশ্বাস ~ |