“অসমীয়া ভাষা জীয়াই থাকিবলৈ হ’লে অসমীয়া নৃগোষ্ঠীয় ভাষাবোৰ জীয়াই থাকিব লাগিব, অনুৰূপ অসমীয়া নৃগোষ্ঠীয় ভাষাবোৰ জীয়াই থাকিবলৈ হ’লে অসমীয়া ভাষাও জীয়াই থাকিব লাগিব।”
~ জীৱন নৰহ ~