“সাহিত্যৰ লক্ষ্য বঁটা-বাহন নহয়৷ সাহিত্য উৎসৱৰ বাবেও নহয়৷ সাহিত্য মানুহ আৰু জীৱনৰ পৰা উঠি অহা এবিধ কলা৷ সাহিত্য হ'ল মানুহৰ সত্যানুসন্ধান, জীৱনৰ জয়গান৷”
~ অৰূপা পটঙ্গীয়া কলিতা ~