“আমি ডাইনী হত্যাক নোহোৱা কৰিবলৈ কঠোৰ আইন এখনৰ বাবে যুঁজি আহিছোঁ, যিটো প্ৰায়ে অন্ধবিশ্বাসৰ চামিয়ানাৰ তলত পাৰিবাৰিক আৰু সম্পত্তিৰ বিবাদৰ সৈতে অধিক সম্পৰ্ক স্থাপন কৰিবলগীয়া হয়। এই আইনখন আগতে আহিব লাগিছিল, কিন্তু কেতিয়াও নহাতকৈ কিছু পলম হোৱাই ভাল।”
~ বিৰুবালা ৰাভা ~