ষ্টেফান ছেগ্‌মেইষ্টাৰ

ষ্টেফান ছেগ্‌মেইষ্টাৰ এজন অষ্ট্ৰিয়ান গ্ৰাফিক ডিজাইনাৰ।

উদ্ধৃতিসমূহ সম্পাদনা কৰক

  1. মানুহৰ জীৱন পৰিক্ৰমা হ'ল এনেধৰণৰ- প্ৰথম ২৫ বছৰ শিক্ষাৰ; পিছৰ ৪০ বছৰ কৰ্মজীৱন; একেবাৰে শেষৰ ২৫ বছৰ অৱসৰকালীন। অৱসৰকালীন সময়ৰ পাঁচ বছৰ কাঢ়ি আমি কৰ্মকালীন সময়ৰ মাজে মাজে সিঁচি দিয়াতনো বাধা ক'ত?[১]

উৎস সম্পাদনা কৰক