শ্ৰীনিবাস ৰামানুজন

ভাৰতীয় গণিতজ্ঞ

শ্ৰীনিবাস ৰামানুজন (তামিল: சீனிவாச இராமானுஜன், ২২ ডিচেম্বৰ ১৮৮৭ – ২৬ এপ্ৰিল ১৯২০) এজন ভাৰতীয় গণিতজ্ঞ। ১৯১৮ চনত তেওঁ ইংলেণ্ডৰ ৰ'য়েল ছ'ছাইটিৰ সভ্যপদৰ (FRS) বাবে নিৰ্বাচিত হয়।

ৰামানুজনৰ আলোকচিত্ৰ

উদ্ধৃতিসমূহ সম্পাদনা কৰক

  1. এটা সমীকৰণে মোৰ বাবে কোনো অৰ্থ বহন নকৰে যদিহে সমীকৰণটোত ভগৱানৰ চিন্তা প্ৰতিফলিত নহয়।
  2. জীৱনৰ প্ৰতিটো দিনেই আমাৰ বাবে মূল্যবান উপহাৰ৷[১]
  3. মােৰ বিশ্ববিদ্যালয়ৰ শিক্ষা নাই, কিন্তু স্কুলীয়া শিক্ষা আছে। স্কুল এৰাৰ পিছত আজৰি সময়ত নিজেই এই পথ আৱিষ্কাৰ কৰিছোঁ।(অধ্যাপক হাৰ্ডিলৈ লিখা চিঠি)[২]

উৎস সম্পাদনা কৰক

  1. উক্তি সঞ্চয়ন, সংগ্ৰাহক: শ্ৰীৰাম চন্দ্ৰ ভূঞা, ২৫ পৃ: নং; প্ৰকাশিকা: বীণা বৰা ভূঞা
  2. শ্ৰীনিবাস ৰামানুজন. আহৰণ কৰা হৈছে: 7 ফেব্ৰুৱাৰী 2024.