যাত্ৰিকৰ ডায়েৰি (গ্ৰন্থ)

যাত্ৰিকৰ ডায়েৰি অভিজিত শৰ্মা বৰুৱাৰ দ্বাৰা ৰচিত অসমীয়া ভাষাৰ এখন গ্ৰন্থ।

উদ্ধৃতিসমূহ সম্পাদনা কৰক

  1. কথাবোৰ কৈ গ'লে সহজে কোনেও বিশ্বাস নকৰিব। কিন্তু জীৱনৰ বিশিষ্ট্যি সেইখিনিত। ই কিছুমান অবাস্তৱ যেন লগা অদ্ভুত ঘটনাৰ সমষ্টি।

উৎস সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক