মুছলমান
(মুছলিমৰ পৰা পুনঃনিৰ্দেশিত)
মুছলিম বা মুছলমান হৈছে ইছলাম ধৰ্মৰ আনুগত্যশীল এজন ব্যক্তি। ইছলামিক হজৰত মহম্মদৰ ওচৰত অৱতীৰ্ণ হোৱা কোৰআনক ঈশ্বৰৰ বাক্য বুলি মুছলমানসকলে গণ্য কৰে।
উদ্ধৃতি
সম্পাদনা কৰক- المسلم هو الشخص الذي كرس عبادته لله وحده.
- মুছলমান হ’ল এনে এজন ব্যক্তি যিয়ে নিজৰ ইবাদত কেৱল ঈশ্বৰৰ ওচৰত উৎসৰ্গা কৰিছে।
- ইবনে আৰবী, কোৰআনৰ টীকা, ৰাজী, I, পৃ. ৪৩২, কায়ৰো, ১৩১৮/১৯০০
- মুছলমান হ’ল এনে এজন ব্যক্তি যিয়ে নিজৰ ইবাদত কেৱল ঈশ্বৰৰ ওচৰত উৎসৰ্গা কৰিছে।
- এইদৰে ৭১১ খ্ৰীষ্টাব্দত যেতিয়া মুছলমানসকলে উত্তৰ আফ্ৰিকাৰ পৰা জিব্ৰাল্টাৰ জলদ্বীপ পাৰ হৈ আইবেৰিয়ান উপদ্বীপ আক্ৰমণ কৰিছিল, তেতিয়া ইহুদীসকলে তেওঁলোকক খ্ৰীষ্টান নিৰ্যাতনৰ পৰা মুক্তিদাতা হিচাপে আদৰণি জনাইছিল।
- জিয়ন জোহাৰ, চেফাৰ্ডিক এণ্ড মিজ্ৰাহি ইহুদী, নিউয়ৰ্ক, ২০০৫, পৃষ্ঠা ৮ – ৯।