মুছলিম বা মুছলমান হৈছে ইছলাম ধৰ্মৰ আনুগত্যশীল এজন ব্যক্তি। ইছলামিক হজৰত মহম্মদৰ ওচৰত অৱতীৰ্ণ হোৱা কোৰআনক ঈশ্বৰৰ বাক্য বুলি মুছলমানসকলে গণ্য কৰে।

মুছলমান হ’ল এনে এজন ব্যক্তি, যিয়ে নিজৰ ইবাদত কেৱল ঈশ্বৰৰ ওচৰত উৎসৰ্গা কৰিছে।

উদ্ধৃতি সম্পাদনা কৰক

  • المسلم هو الشخص الذي كرس عبادته لله وحده.
    • মুছলমান হ’ল এনে এজন ব্যক্তি যিয়ে নিজৰ ইবাদত কেৱল ঈশ্বৰৰ ওচৰত উৎসৰ্গা কৰিছে।
      • ইবনে আৰবী, কোৰআনৰ টীকা, ৰাজী, I, পৃ. ৪৩২, কায়ৰো, ১৩১৮/১৯০০
  • এইদৰে ৭১১ খ্ৰীষ্টাব্দত যেতিয়া মুছলমানসকলে উত্তৰ আফ্ৰিকাৰ পৰা জিব্ৰাল্টাৰ জলদ্বীপ পাৰ হৈ আইবেৰিয়ান উপদ্বীপ আক্ৰমণ কৰিছিল, তেতিয়া ইহুদীসকলে তেওঁলোকক খ্ৰীষ্টান নিৰ্যাতনৰ পৰা মুক্তিদাতা হিচাপে আদৰণি জনাইছিল।
    • জিয়ন জোহাৰ, চেফাৰ্ডিক এণ্ড মিজ্ৰাহি ইহুদী, নিউয়ৰ্ক, ২০০৫, পৃষ্ঠা ৮ – ৯।

বাহ্যিক সংযোগ সম্পাদনা কৰক

 
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: