মহেন্দ্ৰ সিং ধোনি

ভাৰতীয় ক্ৰিকেটাৰ

মহেন্দ্ৰ সিং ধোনি (ইংৰাজী: Mahendra Singh Dhoni; জন্ম- ৭ জুলাই ১৯৮১), এজন ভাৰতীয় ক্ৰিকেটাৰ আৰু সীমিত অ'ভাৰৰ খেলত ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ বৰ্তমানৰ অধিনায়ক। তেওঁ এজন আক্ৰমণাত্মক মিডল-অৰ্ডাৰ বেটছমেন আৰু উইকেটৰক্ষক। সীমিত অ'ভাৰৰ ক্ৰিকেটৰ শ্ৰেষ্ঠ খেলুৱৈ সকলৰ এজন বুলি তেওঁক গণ্য কৰা হয়। ২০০৪ চনৰ ডিচেম্বৰত বাংলাদেশৰ জাতীয় ক্ৰিকেট দলৰ বিৰুদ্ধে এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটত তেওঁ আত্মপ্ৰকাশ কৰে আৰু তাৰ এবছৰ পাছত শ্ৰীলংকাৰ জাতীয় ক্ৰিকেট দলৰ বিৰুদ্ধে তেওঁৰ টেষ্ট ক্ৰিকেট অভিষেক ঘটে।

মহেন্দ্ৰ সিং ধোনি

উদ্ধৃতি সম্পাদনা কৰক

  • মোৰ অৱসৰৰ কথা ঘোষণা কৰাৰ এইটোৱেই উত্তম সময়। এই বছৰ মই বহুতো মৰম পাইছোঁ। ইয়াৰ (আই.পি.এলৰ) পৰা আঁতৰি যোৱাটো সহজ হ’ব, কিন্তু কঠিন কাম হ’ব ৯ মাহ ধৰি কঠোৰ পৰিশ্ৰম কৰি আন এটা আই.পি.এল খেলিবলৈ চেষ্টা কৰা।

বাহ্যিক সংযোগ সম্পাদনা কৰক