ভগৎ সিং (ইংৰাজী: Bhagat Singh; ২৭ ছেপ্টেম্বৰ, ১৯০৭ – ২৩ মাৰ্চ, ১৯৩১) আছিল ভাৰতীয় উপমহাদেশৰ ব্ৰিটিছ বিৰোধী স্বাধীনতা আন্দোলনৰ এজন পুৰোধা ব্যক্তি আৰু অগ্নিযুগৰ ছহিদ বিপ্লবী। দেশৰ স্বাধীনতা সংগ্ৰামৰ তেওঁ আছিল অন্যতম প্ৰভাৱশালী বিপ্লবী। তেওঁক ছহিদ-ঈ আজম ভগৎ সিং নামে অভিহিত কৰা হয়।

ভগৎ সিঙৰ আলোকচিত্ৰ

উদ্ধৃতিসমূহ সম্পাদনা কৰক

  1. পাগল, প্ৰেমিক আৰু কবি, এই তিনিও একে মাটিৰে গঢ়া।
  2. মোৰ কলমে মোৰ আৱেগক এইদৰে বুজে যে ম‌ই "ইস্ক্"[১] লিখিবলৈ চেষ্টা কৰিলেও "ইনক্লাব"[২] লিখা যায়।

টোকা সম্পাদনা কৰক

(১)^ প্ৰেম
(২)^ বিপ্লৱ

উত্‍স সম্পাদনা কৰক