গ্যেটে: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

৬ নং শাৰী:
# নিজৰ চকুত যদি সূৰ্য্যৰ জ্যোতি নাথাকে, তেন্তে সেই চকুৰে সূৰ্য্যক দেখা নাযায়। আমাৰ নিজৰ মাজতে যদি দেৱতাসুলভ শক্তি নাথাকে, তেন্তে দেৱতাসুলভ বাস্তৱে আমাক কেনেকৈ আনন্দ দিব পাৰিব?<ref>[https://blog.pankajjyoti.com/zubeen/ ধুমুহাৰ স’তে বহু যুগৰে নাচোন; এই সময়ত; পংকজ জ্যোতি মহন্ত]</ref>
#আচৰণ হ'ল এখন দাপোণ,তাত মানুহৰ ৰূপটো প্ৰতিবিম্বিত হৈ উঠে।<ref>নিয়মীয়া বাৰ্তা,১৮ মে',২০২১</ref>
#মানুহৰ প্ৰতিভাৰ বিকাশ হয় নিৰ্জনতাত; কিন্তু চৰিত্ৰ গঠন হয় মানুহৰ হেঁচা-ঠেলাৰ মাজত।<ref>নিয়মীয়া বাৰ্তা, ২১ মে', ২০২১</ref>
 
== উৎস ==
"https://as.wikiquote.org/wiki/গ্যেটে"ৰ পৰা অনা হৈছে