বিদ্যা বালান

ভাৰতীয় অভিনেত্ৰী

বিদ্যা বালান (ইংৰাজী: Vidya Balan; জন্ম: ১ জানুৱাৰী, ১৯৭৮) হিন্দী, বঙালী আৰু মালয়ালম ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী। ষোল্ল বছৰ বয়সতে তেওঁ "হম পাঁচ" (১৯৯৫) নামৰ ধাৰাবাহিকত অভিনয় কৰি অভিনয় জীৱনৰ পাতনি মেলে। এক চলচ্চিত্ৰ জীৱন আৰম্ভ কৰিবলৈ কৰা কেইবাটাও অসফল চেষ্টাৰ পিছত তেওঁ টেলিভিছন বিজ্ঞাপন আৰু সংগীত ভিডিঅ’ত অভিনয় কৰিবলৈ লয়। ২০০৩ চনত তেওঁ বঙালী ছবি “ভালো থেকো”ৰ জৰিয়তে ছবিজগতত খোজ দিয়ে।

২০১২ চনত বিদ্যা বালান

উদ্ধৃতি সম্পাদনা কৰক

  • নাৰীয়ে নিজৰ শৰীৰৰ প্ৰতিটো অংগক স্বীকাৰ কৰি লালন-পালন কৰিব লাগিব।

বাহ্যিক সংযোগ সম্পাদনা কৰক

 
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: