পূৰবী বৰমুদৈ

ভাৰতীয় লেখিকা (১৯৫০–২০১৯)

পূৰবী বৰমুদৈ (ইংৰাজী: Purabi Bormudoi; জন্ম: ১৯৫০ - মৃত্যু: ২০২১) এগৰাকী অসমীয়া সাহিত্যিক আছিল। তেওঁ শান্তনুকুলনন্দন নামৰ উপন্যাসৰ বাবে ২০০৭ বৰ্ষৰ সাহিত্য অকাডেমী বঁ‌টা লাভ কৰিছিল। তেওঁৰ অন্যান্য উপন্যাসসমূহ হ'ল ‘গজৰাজ, প্ৰেম আৰু বন্দীত্ব’, ‘বাঘশাল, বাঘজাল আৰু মানুহ’, ‘ৰূপোৱালী নৈ সোণোৱালী ঘাট’ ইত্যাদি।

উদ্ধৃতি সম্পাদনা কৰক

উৎস সম্পাদনা কৰক