ডাগ হেমাৰশ্বল্ড আলোকচিত্ৰ

উদ্ধৃতিসমূহ সম্পাদনা কৰক

  1. তোমাৰ যিমানখিনি শক্তি আছে, জীৱনে কেৱল সিমানখিনিয়েই দাবী কৰে। এটা মাত্ৰ বীৰত্ব তোমাৰ পক্ষে সম্ভৱ—কেতিয়াও পলাই নাযাবা।[১]
  2. সম্পূৰ্ণতা আয়ত্ত কৰিবলৈ হ'লে আমি প্ৰত্যেকেই এজন এজনকৈ আত্ম-বিলুপ্তিৰ মৃত্যুৰ মাজেদি পাৰ হৈ যাব লাগিব।[১]
  3. নিজকে কেতিয়াও ভয় নকৰিবা, জীৱন-যাপনৰ প্ৰক্ৰিয়াত নিজৰ ব্যক্তিত্বক সম্পূৰ্ণৰূপে বিকশিত কৰি তুলিবা—কিন্তু তাকে কৰিবা আনৰ মঙ্গলৰ কাৰণে।[১]
  4. নিঃসঙ্গতাৰ যন্ত্ৰণানাশক প্ৰতিশেধক হিচাপে কাম, মানুহৰ সঙ্গৰ বিকল্প হিচাপে কিতাপ।[১]
  5. সততা এটা অতিশয় সৰল বস্তু: সদায় আনৰ কাৰণে জীয়াই থাকিবা, কেতিয়াও নিজৰ সুবিধা নিবিচাৰিবা।[১]

উত্‍স সম্পাদনা কৰক