জীৱনৰ সাধনা (গ্ৰন্থ)

জীৱনৰ সাধনা হোমেন বৰগোহাঞিৰ দ্বাৰা ৰচিত অসমীয়া ভাষাৰ এখন গ্ৰন্থ।

উদ্ধৃতিসমূহ সম্পাদনা কৰক

  1. জীৱনটোও এক প্ৰকাৰৰ পৰ্বত আৰোহণ। অসীম দুখ-কষ্ট আৰু দুৰ্লংঘ্য বাধা আছে কাৰণেই সি ৰোমাঞ্চকৰ।

উৎস সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক