গোল মাল (চলচ্চিত্ৰ)

গোল মাল (ইংৰাজী: Gol Maal) হৈছে ১৯৭৯ চনত মুক্তিপ্ৰাপ্ত তথা হৃষিকেশ মুখাৰ্জীৰ দ্বাৰা পৰিচালিত এখন হিন্দী ভাষী কৌতুক চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ প্ৰযোজক আৰু সংগীত পৰিচালক হৈছে ক্ৰমে এন চি ছিপ্পী আৰু আৰ ডি বৰ্মন।

সংলাপসমূহ সম্পাদনা কৰক

ভৱানী শঙ্কৰ সম্পাদনা কৰক

  • তোমাৰ বিয়া তুমি ভালপোৱা মানুহজনৰ লগত নহ’ব। মই ভালপোৱা মানুহজনৰ লগতহে তোমাৰ বিয়া হ’ব। (জীয়েকক উদ্দেশ্যি)
  • যিজনে নিজৰ নামটোৱে চুটি কৰে, তেওঁ কামো সৰু কৰিব।
  • যিজন ডেকাক নিজৰ কামত মন দিয়া দেখিছে, সেই ডেকাজনক আপুনি মন দিয়ক।
  • যাৰ গোঁফ নাই, তাৰ হৃদয়েই নাই।
  • যদি তুমি জাতীয় সাজ-পোছাকক ঠাট্টা-মস্কৰা নকৰা, তেন্তে তোমাক কেনেকৈ বহল মনৰ অধিকাৰী বুলি কোৱা হ’ব।

ৰামপ্ৰসাদ দশৰথপ্ৰসাদ শৰ্মা সম্পাদনা কৰক

  • কাম কৰিবলৈ হ’লে সময়ৰ মুখেই চাব নালাগে।
  • দীঘল কাপোৰ পিন্ধাটো বহুত হানিকাৰক ফেশ্বন।

লক্ষ্মণপ্ৰসাদ “লাকি” দশৰথপ্ৰসাদ শৰ্মা সম্পাদনা কৰক