উদ্ধৃতি সম্পাদনা কৰক

  1. পৰাজয় হ’ল এনে এক শিক্ষা, যিয়ে আপোনাক অধিক উৎকৃষ্ট হ’বলৈ সুযোগ দিয়ে৷[১]
  2. শিক্ষা এক এনেকুৱা অস্ত্ৰ, যি সকলো কু-ৰীতি; যিকোনো সমস্যাৰ সৈতে যুঁজ দিব পাৰে, আৰু ই এনেকুৱা অস্ত্ৰ যি ধাতু সংসূচক যন্ত্ৰতো (ইংৰাজী: metal detector) ধৰা নপৰে৷[২]

উৎস সম্পাদনা কৰক