কৃতজ্ঞতা
কৃতজ্ঞতা, প্ৰশংসা, অথবা ধন্যবাদসূচক মনোভাৱ হৈছে লেটিন ভাষাৰ গ্ৰেটাছ শব্দৰ পৰা অহা যাৰ অৰ্থ হৈছে "ভাললগা অনুভৱ"। কোনো ব্যক্তিয়ে আন এজনৰ পৰা দয়া, উপহাৰ, সহায়, সাহস অথবা এনেধৰণৰ উপকাৰ পালে দিওঁতাৰ প্ৰতি যি এক প্ৰশংসাৰে ভৰা অনুভূতি অনুভৱ কৰে, সেয়াই কৃতজ্ঞতা।

উদ্ধৃতিসমূহসম্পাদনা কৰক
- কৃতজ্ঞতা এক মহান খেতিৰ ফচল; সিংহভাগ মানুহৰ মাজত ইয়াক বিচাৰি নাপাবা।
- ছেমুৱেল জনছন, ট্যুৰ টু দ্য হেব্ৰিডজ (২০ ছেপ্তেম্বৰ, ১৭৭৩)
- কৃতজ্ঞতা বহুমূলীয়া।
- এডৱাৰ্ড গিবন, ডিক্লাইন এণ্ড ফল অৱ দ্য ৰোমান এম্পায়াৰ