ড° জনছন নামেৰে সততে পৰিচিত চেমুৱেল জনছন (ইংৰাজী: Samuel Johnson) আছিল এজন ইংৰাজ লেখক, কবি, নাট্যকাৰ, ৰচনাকাৰ, নৈতিকতাবিদ, সমালোচক, জীৱনীকাৰ, সম্পাদক আৰু অভিধানকাৰ। 'এ ডিক্সনেৰী অফ দ্য ইংলিছ লেংগুৱেজ' তেওঁৰ উল্লেখনীয় অৱদান।

চেমুৱেল জনছন

উদ্ধৃতিসমূহসম্পাদনা কৰক

  1. জ্ঞান দুই প্ৰকাৰৰ। একোটা বিষয় সম্পৰ্কে আমি হয়তো নিজে জানো অথবা সেই বিষয়ে যাবতীয় তথ্য ক'ত পোৱা যাব পাৰে, সেই কথা আমি জানো।[১][২]
  2. প্ৰয়োজনত নিজৰ বাবে এটা নতুন পথ নিজেই নিৰ্মাণ কৰি লওক।[৩]
  3. অফুৰন্ত কৌতূহল অথবা অনুসন্ধিৎসাই হ’ল বলিষ্ঠ মানুহৰ মনৰ প্ৰথম পৰিচয়।[৪]
  4. মহৎ কাম শক্তিৰে নহয়, অধ্যৱসায়ৰে সম্পন্ন হয়৷[২]

বাহ্যিক সংযোগসম্পাদনা কৰক

 
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা:

উৎসসম্পাদনা কৰক

  1. ছেমুৱেল জনছন. "বাণী", পৃষ্ঠা. ৬. আহৰণ কৰা হৈছে ৫ ডিচেম্বৰ ২০২২.
  2. ২.০ ২.১ মহৎলোকৰ বাণী. আহৰণ কৰা হৈছে: ৫ ডিচেম্বৰ ২০২২.
  3. ছেমুৱেল জনছন. আহৰণ কৰা হৈছে: ৫ ডিচেম্বৰ ২০২২.
  4. মহৎলোকৰ বাণী. আহৰণ কৰা হৈছে: ৫ ডিচেম্বৰ ২০২২.