কিতাপ, মানুহ আৰু প্ৰকৃতিৰ সংগত (গ্ৰন্থ)

অসমীয়া গ্ৰন্থ

উদ্ধৃতিসমূহ সম্পাদনা কৰক

  1. লেখক হোৱাৰ আটাইতকৈ ডাঙৰ আশীৰ্বাদটো হ'ল এয়েই যে লেখকে সকলো যন্ত্ৰণাক ৰূপান্তৰিত কৰিব পাৰে লেখালৈ, আৰু তাকে কৰি তেওঁ যন্ত্ৰণাৰ উৰ্ধ্বলৈ আৰোহণ কৰে।

উৎস সম্পাদনা কৰক