কাৰ্ল ছেণ্ডবাৰ্গ

আমেৰিকান লেখক আৰু সম্পাদক

কাৰ্ল ছেণ্ডবাৰ্গ (ইংৰাজী: Carl August Sandburg; ৬ জানুৱাৰী, ১৮৭৮ – ২২ জুলাই, ১৯৬৭) আছিল এজন আমেৰিকান কবি, জীৱনীকাৰ, সাংবাদিক আৰু সম্পাদক। তেওঁ তিনিটা পুলিৎজাৰ বঁটা লাভ কৰে: দুটা কবিতাৰ বাবে আৰু এটা আব্ৰাহাম লিংকনৰ জীৱনীৰ বাবে।

১৯৯৫ চনত কাৰ্ল ছেণ্ডবাৰ্গ

উদ্ধৃতি সম্পাদনা কৰক

  1. কাম কৰাৰ সময় এতিয়াই। কিবা এটা কৰাৰ সময় কেতিয়াও শেষ হৈ নাযায়৷[১]
  2. সময় আপোনাৰ জীৱনৰ মুদ্ৰা।কেৱল আপুনি এই মুদ্ৰা খৰচ কৰিব। আনক আপোনাৰ হৈ খৰচ কৰিবলৈ নিদিব।[২]
  3. মই ক'লৈ গৈ আছোঁ নাজানো। কিন্তু মই গৈ আছোঁ।[২]
  4. অকলশৰীয়া জনৰ বাবে জোনটো কথা পতাৰ লগ।[২]
  5. জীৱনটো পিঁয়াজৰ দৰে; আপুনি ইয়াক এটা এটাকৈ তৰপ খুলি পেলায়, আৰু কেতিয়াবা আপুনি কান্দি উঠে।[২]
  6. কবিতা হ’ল দুৱাৰ এখন মুকলি আৰু বন্ধ কৰাৰ দৰে, যি সেই দুৱাৰৰ মাজেৰে চোৱাসকলে এটা মুহূৰ্তৰ ভিতৰতে কি দেখা পালে সেই বিষয়ে অনুমান কৰিবলৈ এৰি দিয়ে।[২]

উৎস সম্পাদনা কৰক

  1. কাৰ্ল ছেণ্ডবাৰ্গ. "দিনটোৰ বাণী", ৫ মাৰ্চ ২০২৩, পৃষ্ঠা. ১. আহৰণ কৰা হৈছে ৬ মাৰ্চ ২০২৩.
  2. ২.০ ২.১ ২.২ ২.৩ ২.৪ https://www.goodreads.com/author/quotes/16380.Carl_Sandburg

বাহ্যিক সংযোগ সম্পাদনা কৰক