এ ফ্লাইট অফ পিজনছ

এ ফ্লাইট অফ পিজনছ (ইংৰাজী: A Flight of Pegions) হৈছে ভাৰতীয় লেখক ৰাস্কিন বণ্ডৰ এখন উপন্যাসিকা। কাহিনীটোৰ পটভূমি ১৮৫৭ চন য'ত ব্ৰিটিছ ৰুথ লাবাদুৰ আৰু তেওঁৰ পৰিয়ালৰ বিষয়ে বৰ্ণনা কৰা হৈছে। পৰিয়ালটোৰ পিতৃপুৰুষক ভাৰতীয় বিদ্ৰোহীসকলে এটা গীৰ্জাত হত্যা কৰাৰ পিছত তেওঁলোকে হিন্দু আৰু মুছলমানসকলৰ সহায় লয়। উপন্যাসখন কল্পকাহিনী আৰু বাস্তৱিকতাৰ সংমিশ্ৰণ। ১৯৭৮ চনত এই কাহিনীটো শ্যাম বেনেগালে জুনুন নামৰ এখন চলচ্চিত্ৰৰ ৰূপ দিয়ে। ইয়াত শশী কাপুৰ, তেওঁৰ পত্নী জেনিফাৰ কেন্দাল আৰু নাফিছা আলীয়ে অভিনয় কৰিছিল।

উদ্ধৃতি সম্পাদনা কৰক

উৎস সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক