ৰাল্‌ফ ৱাল্ডো এমাৰছন

(এমাৰছনৰ পৰা পুনঃনিৰ্দেশিত)

ৰাল্‌ফ ৱাল্ডো এমাৰছন (ইংৰাজী: Ralph Waldo Emerson; ২৫ মে' ১৮০৩ – ২৭ এপ্ৰিল ১৮৮২) এজন আমেৰিকান দাৰ্শনিক, ৰচনাকাৰ আৰু কবি আছিল।

উদ্ধৃতিসমূহ সম্পাদনা কৰক

  1. সততাৰ একমাত্ৰ পুৰস্কাৰ হ'ল সততা, আনৰ বন্ধুত্ব লাভ কৰাৰ একমাত্ৰ উপায় হ'ল নিজে তেওঁৰ বন্ধু হোৱা।

উৎস সম্পাদনা কৰক