আলফ্ৰেড মাৰ্ছেল (ইংৰাজী: Alfred Marshall; ২৬ জুলাই ১৮৪২ – ১৩ জুলাই ১৯২৪) আছিল এগৰাকী ব্ৰিটিছ অৰ্থনীতিবিদ। তেওঁক নিঅ'ক্লাছিকেল ইক'নমিক্সৰ পিতৃপুৰুষসকলৰ এজন বুলি গণ্য কৰা হয়।

আলফ্ৰেড মাৰ্ছেলৰ আলোকচিত্ৰ (১৯২১)

উদ্ধৃতিসমূহ সম্পাদনা কৰক

  1. অৰ্থনীতি হৈছে মানৱ জাতিৰ দৈনন্দিন জীৱনৰ কাৰ্যাৱলী অধ্যয়ন। ই ব্যক্তিগত আৰু সামাজিক কাৰ্যাৱলীৰ সেই অংশটো অধ্যয়ন কৰে, যিটো অংশ পাৰ্থিৱ কল্যাণ সাধন আৰু ইয়াৰ ব্যৱহাৰৰ সৈতে ঘনিষ্ঠভাৱে জড়িত। সেয়েহে এহাতে অৰ্থনীতি হৈছে সম্পদৰ অধ্যয়ন, আনহাতে অধিক গুৰুত্বপূৰ্ণভাৱে ই মানৱ অধ্যয়নৰ এটা অংশ।[১][২]

বাহ্যিক সংযোগ সম্পাদনা কৰক

 
:w:

উৎস সম্পাদনা কৰক

  1. Marshall, Alfred (1890)। Principles of Economics। London। Macmillan & Co., Ltd.।
  2. সৌৰভ প্ৰাণ শৰ্মা (২০১৪)। ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান (নৱম শ্ৰেণীৰ পাঠ্যপুথি)। গুৱাহাটী। অসম মাধ্যমিক শিক্ষা পৰিষদ, অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেড।