আমাক কিতাপ লাগে (গ্ৰন্থ)

অসমীয়া গ্ৰন্থ

আমাক কিতাপ লাগে হোমেন বৰগোহাঞিৰ দ্বাৰা ৰচিত এখন অসমীয়া গ্ৰন্থ।

উদ্ধৃতিসমূহ সম্পাদনা কৰক

  1. শৰীৰৰ বিকাশৰ কাৰণে যেনেকৈ পুষ্টিকৰ সুষম আহাৰৰ প্ৰয়োজন, মনৰ বিকাশৰ কাৰণে পুষ্টিকৰ মানসিক আহাৰৰ প্ৰয়োজন তাতোকৈ কোনো গুণেই কম নহয়। মনে তাৰ আহাৰ সংগ্ৰহ কৰে ঘাইকৈ অধ্যয়ন, আলোচনা আৰু সৎ-সংগৰ পৰা।

বাহ্যিক সংযোগ সম্পাদনা কৰক