আত্মকথা হৈছে শৰ্মিষ্ঠা প্ৰীতমৰ আত্মজীৱনীৰ প্ৰথম খণ্ড। ২০১১ চনৰ ডিচেম্বৰ মাহত ইয়াৰ প্ৰথম সংস্কৰণ মুকলি কৰা হয়। গ্ৰন্থখনে ২০১২ চনৰ মুনীন বৰকটকী বঁটা লাভ কৰিবলৈ সক্ষম হয়।

উদ্ধৃতিসমূহ সম্পাদনা কৰক

  • যেতিয়া কথাবোৰ আমাৰ অধীন হৈ নাথাকে, তেতিয়া আমি ঈশ্বৰৰ অধীন হৈ পৰো।[১]
  • যি জীৱনত দুখৰ ডাৱৰ নাই, তাত সৃষ্টিও নাই। য'ত সৃষ্টি নাই তাত সৌন্দৰ্য‌ও নাই।[২]

আত্মকথা সম্পৰ্কে সম্পাদনা কৰক

  • মানুহৰ অপৰাজেয় ইচ্ছাশক্তি আৰু আধ্যাত্মিক শক্তিৰ অবিস্মৰণীয় দলিল হৈ ৰ'ব শৰ্মিষ্ঠাৰ আত্মজীৱনী।

উৎস সম্পাদনা কৰক

  1. পৃষ্ঠা ৭৮
  2. পৃষ্ঠা ১৩৮

বাহ্যিক সংযোগ সম্পাদনা কৰক

 
:w: