আইজাক ৱাল্টন (ইংৰাজী: Izaak Walton; ৯ আগষ্ট ১৫৯৩ - ১৫ ডিচেম্বৰ ১৬৮৩) এগৰাকী ইংৰাজ লেখক আছিল।

উদ্ধৃতিসমূহ সম্পাদনা কৰক

  1. স্বাস্থ্যলৈ মন কৰিবা। যদি তুমি সুস্বাস্থ্যৰ অধিকাৰী, তেন্তে তাৰ বাবে ঈশ্বৰক ধন্যবাদ জনাবা। বিবেকৰ পিছতেই জীৱনৰ আটাইটকৈ মূল্যৱান বস্তু হ'ল স্বাস্থ্য। [১]

তথ্যউৎস সম্পাদনা কৰক

  1. সুস্থ দেহত সুস্থ মন, হোমেন বৰগোহাঁই