অশোক সেন (ইংৰাজী: Ashoke Sen) এগৰাকী ভাৰতীয় তাত্ত্বিক পদাৰ্থ বিজ্ঞানী। তেওঁৰ গৱেষণাৰ মূল ক্ষেত্ৰ হৈছে ৰজ্জু তত্ত্ব (String theory)।

উদ্ধৃতিসমূহ সম্পাদনা কৰক

  1. মই উপলব্ধি কৰিছিলো যে ৰজ্জু তত্ত্ব‌ই আমাক সকলো পদাৰ্থ আৰু শক্তিৰ এক একত্ৰিত তত্ত্ব বিচাৰি পোৱাৰ সৰ্বোচ্চ আশা প্ৰদান কৰে।[১]
  2. যিহেতু মোৰ কৰ্ম তাত্ত্বিক, আৰ্থিক প্ৰয়োজনো নিচেই সামান্য। গৱেষণা কৰা কামটোৱেই যি আটাইতকৈ কঠিন প্ৰত্যাহ্বান।[২]
  3. ৰজ্জু তত্ত্ব‌ৰ সৌন্দৰ্য এয়েই যে ইয়াৰ সকলোখিনিয়েই গণিত সম্পৰ্কীয়। তাৰ বাবে আপোনাক শিক্ষাৰ সামগ্ৰী বা পৰীক্ষাগাৰৰ প্ৰয়োজন নাই। কেৱল আপোনাৰ কোঠাত বহি গণিত কৰক।[৩]

উৎস সম্পাদনা কৰক

  1. Charu Sudan Kasturi (15 July 2012). Who’s the next boson?. প্ৰকাশক: Hindustan Times. আহৰণ কৰা হৈছে: 16 March 2022.
  2. Deepshikha Punj (10 September 2011). Understanding how nature works has driven most of Ashoke Sen's research. প্ৰকাশক: India Today. আহৰণ কৰা হৈছে: 16 March 2022.
  3. Damayanti Datta (30 November 1999). String theorist Ashoke Sen wins $3 million international physics award. প্ৰকাশক: India Today. আহৰণ কৰা হৈছে: 16 March 2022.

বাহ্যিক সংযোগ সম্পাদনা কৰক

 
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: